Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠানত যুৱ পেচাদাৰী নিযুক্তি
ভাৰতীয় কৃষি গৱেষণা পৰিষদ(আই চি এ আ)-ৰ ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠানে যুৱ পেচাদাৰী-১ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ যুৱ পেচাদাৰী(Young Professional-I)
খালী পদৰ সংখ্যাঃ ০১টা।
দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।
বয়সৰ সীমাঃ ২১ৰ পৰা ২৫ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৬-২০২১।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ Computer Application / Information Technology / Computer Science / Artificial Intelligence / Software Engineering / Computer Graphicsৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
আবেদনৰ নিয়মঃ আবেদন পত্ৰ aaoadm2@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।
Next Story