ICAR-ৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চল চৌহদত পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ICARৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চল চৌহদত যুৱ পেচাদাৰী ২ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : যুৱা বিত্তিধাৰী ২
খালী পদৰ সংখ্যা : ০১
বয়স : ২১ - ৪৫বছৰ
দৰমহা : ৩৫,০০০টকা, মাহিলী
নিযুক্তিৰ স্থান : বছৰ, অৰুণাচল প্ৰদেশ
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২১/১০/২০২১
শিক্ষাগত অৰ্হতা :
• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা M. Sc (কৃষি), কৰা হ'ব লাগিব, লগতে বিশেষ বিষয় কৃষিবিদ্যা, ভূ বিজ্ঞান, উদ্যানবিদ্যা, কৃষি সম্প্ৰসাৰণৰ হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে মেইল যোগে ২১ অক্টোবৰ ২০২১ তাৰিখৰ আগেয়ে আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
মেইল : idapcentre.icar@gmail.com
বাছনি প্ৰক্ৰিয়া :
বাছনি কৰা প্ৰাৰ্থীক অনলাইন বা ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।