Begin typing your search above and press return to search.

আন্তৰ্জাতিক জৈৱ কৃষি সংস্থাত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদখালী

আন্তৰ্জাতিক জৈৱ কৃষি সংস্থা (ICCOA)-ই নিম্নোক্ত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আন্তৰ্জাতিক জৈৱ কৃষি সংস্থাত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2021 6:38 AM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কৃষি বিজ্ঞান / এগ্ৰিবিজনেছ / গ্ৰামোন্নয়ন বা এনেবোৰ ক্ষেত্ৰৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে Community Mobilization/ Farmer Collectives-ত ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে পাঁচ বছৰৰ অভিজ্ঞতা market-led operations (Linkages & Management) –ত হব লাগিব।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৬-২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ http://iccoa.org

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি