Begin typing your search above and press return to search.

ভাৰতীয় বনানীকৰণ গৱেষণা আৰু অধ্যয়ন পৰিষদ(ICFRE)- ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ভাৰতীয় বনানীকৰণ গৱেষণা আৰু অধ্যয়ন পৰিষদ(ICFRE)-  ত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2021 9:55 AM GMT

ভাৰতীয় বনানীকৰণ গৱেষণা আৰু অধ্যয়ন পৰিষদত এটি নতুন প্ৰকল্প "National Programme for Conservation and Development of Forest Genetic Resources"ৰ ডকুমেণ্টটেশ্যনৰ বাবে জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'।

খালী পদৰ সংখ্যা : ০১টা।

বয়স : অধিকতম ২৮বছৰ (২২/১০/২০২১তাৰিখৰ মতে), ৫বছৰৰ বৃদ্ধি SC/ ST/ মহিলা প্ৰাৰ্থীৰ কাৰণে আৰু ৩ বছৰ বৃদ্ধি OBC প্ৰাৰ্থীৰ কাৰণে

দৰমহা : ২০,০০০/- টকা, মাহিলী + ঘৰ ভাড়া।

ঠিকনা : আইজল, মিজোৰাম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২২/১০/২০২১।

অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ফৰেষ্ট্ৰী/ উদ্ভিদ বিজ্ঞান/ উদ্ভিদ টেক্সনমী বিষয়ত M. Sc ডিগ্ৰীধাৰী হ'ব লাগিব।

• বিভিন্ন উদ্ভিদ চিনাক্তকৰণ কৰিব পৰা অৰ্হতা প্ৰাপ্ত প্ৰাৰ্থীক প্ৰাধান্য দিয়া হ'ব।

অভিজ্ঞতা :

• ৰাজ্যিক/ কেন্দ্ৰীয়/ স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা কোম্পানী/সামাজিক প্ৰতিষ্ঠানত ২০বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

• জেষ্ঠ প্ৰবন্ধকৰ পদত কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ অফিচিয়েল ৱেবচাইট www.icfre.org বা FRCBR কাৰ্য্যালয়, বেথলেহেম, ভেঙঠলাং6, আইজলৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আবেদনপত্ৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ (বয়স, অৰ্হতা,অভিজ্ঞতা আদি) সাক্ষাৎকাৰৰ বাবে নিজৰ প্ৰাৰ্থিয়ে আনিব লাগিব। আবেদনৰ লগত প্ৰাৰ্থীৰ ফটো লাগিব লাগিব।

• সাক্ষাৎকাৰৰ বাবে অহা প্ৰাৰ্থীসকলৰ আবেদন পত্ৰ পুৱা ৯ বজাৰ পৰা ১০বজালৈকে গ্ৰহণ কৰা হ'ব।

সাক্ষাৎকাৰ সম্বন্ধীয় জাননী :

তাৰিখ : ২২/১০/২০২১

সময় : পুৱা ১১:৩০বজাৰ পৰা

স্থান : অৰণ্য গৱেষণা কেন্দ্ৰ বাঁহ আৰু বেত ( FRCBR), বেথলেহেম, ভেঙঠলাং6, আইজল - ৭৯৬০০৮, মিজোৰাম।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি