ভাৰতীয় বনানীকৰণ গৱেষণা আৰু শিক্ষা পৰিষদত পদখালী

ভাৰতীয় বনানীকৰণ গৱেষণা আৰু শিক্ষা পৰিষদে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় বনানীকৰণ গৱেষণা আৰু শিক্ষা পৰিষদত পদখালী
Published on

পদসমূহঃ

কনিষ্ঠ প্ৰকল্প ফেলো, খালী পদৰ সংখ্যাঃ ১২টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত সম্পৰ্কিত বিষয়ত বি এছ চি বা এম এছ চি কৰা হব লাগিব।

বয়সৰ সীমাঃ ২৮ বছৰ।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

প্ৰকল্প সহায়ক, খালী পদৰ সংখ্যাঃ ০৯টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত সম্পৰ্কিত বিষয়ত বি এছ চি বা এম এছ চি কৰা হব লাগিব।

বয়সৰ সীমাঃ ২৫বছৰ।

দৰমহাঃ মাহিলী ১৯ হেজাৰ টকা।

জুনিয়ৰ ৰিচাৰ্ছ ফেলো/ জুনিয়ৰ ৰিচাৰ্ছ প্ৰজেক্ট ফেলো

খালী পদৰ সংখ্যাঃ ০২টা

বয়সৰ সীমাঃ ২৮ বছৰ।

দৰমহাঃ মাহিলী ৩১ হেজাৰ/২০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত সম্পৰ্কিত বিষয়ত বি এছ চি বা এম এছ চি কৰা হব লাগিব।

ক্ষেত্ৰ সহায়ক

খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত সম্পৰ্কিত বিষয়ত বি এছ চি বা এম এছ চি কৰা হব লাগিব।

দৰমহাঃ মাহিলী ১৭ হেজাৰ টকা।

বয়সৰ সীমাঃ ২৫ বছৰ।

নিযু্ক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৬-২০২১।

আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ লগত আনুসংগিক সকলো নথি-পত্ৰ প্ৰেৰণ কৰিব লাগিব। ইয়াৰ নিৰ্দেশনা ৱেবছাইটত পাব।

চাকৰিৰ খবৰৰ বাবে আৰু চাব পাৰেঃ ভাৰতীয় বায়ু সেনাত বিষয়াৰ পদখালী 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com