Begin typing your search above and press return to search.

আই চি আই চি আই বেংকৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰিব ।

আই চি আই চি আই বেংকৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2021 9:43 AM GMT

বিশ্ব বেংকৰ উদ্যোগত ১৯৫৫ত স্থাপিত বৃহত্ ব্যক্তিগত বেংক আই চি আই চি আই বেংকে প্ৰবেচনাৰী বিষয়া নিযুক্তিৰ বাবে আবেদন আবেদন বিচাৰিছে।


পদৰ নামঃ প্ৰবেচনাৰী বিষয়া।

বয়সৰ সীমাঃ ১ আগষ্ট, ২০২১ত সৰ্বোচ্চ ২৭ বছৰ। প্ৰাৰ্থীৰ জন্ম ১৯৯৪ৰ ১ আগষ্টত বা তাৰ পাছত হব লাগিব।

দৰমহাঃ আই চি আই চি আই বেংকৰ নিয়মানুসৰি।

আবেদনৰ নিয়মঃ অনলাইন।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২১।

ৱেবছাইটঃ Website www.icicibank.com

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক।

প্ৰাৰ্থীয়ে www.icicibank.com-এই ৱেবছাইটৰ পৰা আবেদন জনাব পাৰে।

সাক্ষাতকাৰ আৰু মেধা তালিকাৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।


অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি