Begin typing your search above and press return to search.

আই চি আই চি আই বেংকৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি

আই চি আই চি আই বেংকৰ এই চাকৰিৰ বিষয়ে তলত সবিশেষ তথ্য পাব।

আই চি আই চি আই বেংকৰ প্ৰবেচনাৰী বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-22T16:27:51+05:30


আই চি আই চি আই বেংকৰ বিষয়ে - বিশ্ব বেংকৰ এক পদক্ষেপৰূপে ১৯৫৫-ত আই চি আই চি আই বেংক স্থাপন কৰা হয়। ১৯৯০ ৰ দশকত এই চি আই চি আই বেংকে নিজকে বিভিন্ন কাম-কাজৰ লগত জড়িত কৰে।

শেহতীয়াভাবে আই চি আই চি আই বেংকে প্ৰবেচনাৰী বিষয়া নিয়ুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব পাৰে।

আই চি আই চি আই বেংকৰ এই চাকৰিৰ বিষয়ে তলত সবিশেষ তথ্য পাব।

পদৰ নাম

প্ৰবেচনাৰী বিষয়া

খালী পদ

উল্লেখ নাই

স্থান

সমগ্ৰ ভাৰতত

দৰমহা

আই চি আই চি আই বেংকৰ নিয়ম অনুসৰি

আবেদনৰ অন্তিম তাৰিখ

৩০ /১১/২০২১

আবেদনৰ নিয়ম

অনলাইন

ৱেবছাইট

www.icicibank.com

শিক্ষাগত অৰ্হতা: যিকোনে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক।


আবেদনৰ প্ৰক্ৰিয়া: আই চি আই চি আই বেংকৰ ৱেবছাইট website www.icicibank.com-ৰ পৰা আবেদন জনাব পাৰে।

বাছনি প্ৰক্ৰিয়া: মেধা তালিকা আৰু সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story