ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)-ত প্ৰকল্প সমন্বয়কৰ পদখালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)-ত প্ৰকল্প সমন্বয়কৰ পদখালী

ICMR য়ে শেহতীয়াকৈ প্ৰকল্প সমন্বয়ক খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। 

পদৰ নাম -প্ৰকল্প সমন্বয়ক ।

খালী পদ-১ টা ।

স্থান- সমগ্ৰ ভাৰতত ।

দৰমহা -৮০,০০০/- টকা (মাহিলী) ।

আবেদনৰ অন্তিম তাৰিখ- ০৪/১০/২০২১ ।

বয়স-৪৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা M.Pharm, M.B.B.S, M.Sc, M.B.A, M.P.H ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন নিৰ্ধাৰিত ফৰ্মেটত ই-মেইল আইডিলৈ প্ৰেৰণ কৰিব পাৰে, সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ৪ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে mrcprojectcoordinator@gmail.com প্ৰেৰণ কৰিব পাৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com