আই চি এম আৰৰ আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী নিযুক্তি

আই চি এম আৰৰ আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰই বিজ্ঞানী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই চি এম আৰৰ  আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী নিযুক্তি
Published on

পদৰ নামঃ বিজ্ঞানী-বি(চিকিত্সা)

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৬,২৫০টকাৰ লগতে ২০ শতাংশ ঘৰ ভাড়া। বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অধিক হব নালাগিব। নিযুক্তিৰ স্থানঃ গোৰখপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ'ব। আৰ এম আৰ চিৰ ৱেবছাইট http://rmrcgkp.icmr.org.in-ত প্ৰয়োজনীয় তথ্য পাব। আবেদন অহা ১৫ আগষ্টৰ বিয়লি ৫ বজাৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।

সাক্ষাতকাৰঃ অনলাইন সাক্ষাতকাৰ অনুষ্ঠিত কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com