ICRISAT Guwahati-ত এম আই এছ বিশেষজ্ঞৰ পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ICRISAT Guwahati-ত এম আই এছ বিশেষজ্ঞৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : ব্যৱস্থাপনা সংবাদ প্ৰণালী (MIS) বিশেষজ্ঞ
খালী পদৰ সংখ্যা : ০১টা
বয়স : উল্লেখ নাই
দৰমহা : উল্লেখিত নাই
অৱস্থান : গুৱাহাটী, অসম
অন্তিম তাৰিখ : ১০/১১/২০২১
অৰ্হতা :
• চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MCA বা সমান্তৰাল ডিগ্ৰীধাৰী হ'ব লাগিব। কৃষি বিজ্ঞান/ উদ্ভিদ বিজ্ঞান সম্বন্ধীয় প্ৰকল্পত বা উন্নয়ন অনুষ্ঠানত নূন্যতম ৫বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।
• ৰাজ্যিক/ জিলা স্তৰৰ অনুষ্ঠানত সমন্বয় উন্নয়ন কৰ্মত অভিজ্ঞতা থাকিব লাগিব।
• কম্পিউটাৰ জ্ঞান থাকিব লাগিব।
• ইংৰাজী বিষয়ত লিখা আৰু বাৰ্তালাপৰ কৌশল থাকিব লাগিব। অসমীয়া ভাষাৰজ্ঞান থকা আকাংক্ষিত।
• কৰ্ম নিৰীক্ষণৰ অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।
• দলত কাম কৰাৰ কৌশল থাকিব লাগিব আৰু কৃষি উন্নয়নৰ মনোভাৱ থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
• আবেদনৰ কৰিবৰ বাবে প্ৰাৰ্থীয়ে উল্লেখিত ৱেবচাইট যোগে আবেদন দাখিল কৰিব লাগিব।
ৱেবছাইট : https://www.icrisat.org/
• সকলো প্ৰয়োজনীয় তথ্য সহ নিজৰ বায়দাটা জমা কৰিব লাগিব।
নিযুক্তিৰ ধৰণ :
পোনপ্ৰথমে এই নিযুক্তি ১বছৰীয়া হ'ব আৰু পৰবৰ্তী সময়ত প্ৰাৰ্থীৰ কাৰ্য্য কৌশলৰ ওপৰত নিৰ্ধাৰণ কৰি ইয়াৰ সম্প্ৰসাৰণ কৰা হ'ব।
বাছনি প্ৰক্ৰিয়া :
• সাক্ষাৎকাৰ