আই.ডি.বি.আই. বেংকত নিযুক্তি , ৯২০ টা কাৰ্যবাহী পদ খালী
আই.ডি.বি.আই. পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক(আই ডি বি আই)-এ ইয়াৰ বিভিন্ন শাখা আৰু কাৰ্যালয়ত কাৰ্যবাহী পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰিছে। আই.ডি.বি.আই. পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
পদৰ নাম-কাৰ্যবাহী পদ ।
মুঠ খালী পদ-৯২০ টা।
বয়স -২০-২৫ বছৰ ।( ৰেহাই: অনুসূচিত জাতি/ অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে: ৫ বছৰ, অ'বিচি প্ৰাৰ্থীৰ বাবে: ৩ বছৰ প্ৰাক্তন সৈনিক প্ৰাৰ্থী: ৫ বছৰ পিডব্লিউবিডি প্ৰাৰ্থী: ১০ বছৰ।)
দৰমহা- ২৯,০০০-৩৪,০০০/- টকা ।
আবেদনৰ অন্তিম তাৰিখ- ১৮/০৮/২০২১ ।
নিযুক্তিৰ স্থান- ভাৰত ।
আবেদন প্ৰক্ৰিয়া-অনলাইন আবেদন মাচুল- অনুসূচীত জাতি/ অনুসূচীত জনজাতি/ পিডব্লিউডি প্ৰাৰ্থী: ২০০/- টকা অন্যান্য প্ৰাৰ্থী: ১০০০/- টকা ।
ৱেবছাইট -idbibank.in
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকী যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া- প্ৰাৰ্থীসকলে ০৪.০৮.২০২১ ৰ পৰা ১৮.০৮.২০২১ লৈ কেৱল অনলাইন আবেদন কৰিব পাৰে আৰু আবেদনৰ আন কোনো পদ্ধতি গ্ৰহণ কৰা নহ'ব ।
বাছনি প্ৰক্ৰিয়া- সাক্ষাৎকাৰ/লিখিত পৰীক্ষা আধাৰিত হ'ব ।