আই ডি বি আই বেংকত হেড-ট্ৰেজাৰী নিযুক্তি

আই ডি বি আই বেংকে হেড-কোষাগাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই ডি বি আই বেংকত হেড-ট্ৰেজাৰী নিযুক্তি
Published on

আই ডি বি আই বেংকৰ বিষয়েঃ 

আই ডি বি আই বেংক হৈছে দেশৰ এটা ব্যক্তিগত বেংক আৰু বিত্তীয় সেৱা যোগান ধৰে। ১৯৬৪-ত বিত্তীয় প্ৰতিষ্ঠানৰূপে এই বেংকেআগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে। তলত এই বিষয়ে সবিশেষ তথ্য পাবঃ 

আই ডি বি আই বেংকৰ নিযুক্তি-২০২২ঃ 

আই ডি বি আই বেংকে হেড-কোষাগাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব  পাৰে:

পদৰ নাম

হেড- কোষাগাৰ। 

খালী পদ 

১ টা। 

দৰমহা 

নিয়ম অনুসৰি। 

চাকৰিৰ স্থান

মুম্বাই (মহাৰাষ্ট্ৰ)। 

বয়সৰ সীমা 

৩১-০১-২০২২-ত সৰ্বোচ্চ ৫৭ বছৰ। 

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

আবেদন প্ৰক্ৰিয়া

ই-মেইল। 

অন্তিম তাৰিখ

১৬ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

idbibank.in

শিক্ষাগত অৰ্হতাঃ 

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা চি এ / স্নাতকোত্তৰ/ এম বি এ/ পি জি ডি এম/ চি এফ এ হব লাগিব। 

অভিজ্ঞতাঃ 

বেংকিং খণ্ডত প্ৰাৰ্থীৰ ন্যূনতম ১৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰথমে ৱেবছাইট idbibank.in চাব।

তাৰ পাছতে চাকৰিৰ অধিসূচনাৰ কেৰিয়াৰ বা নিযুক্তি অপচন চাব।

চাকৰিৰ অফিচিয়েল লিংক ডাউনলোড কৰিব।

আবেদন পূৰণৰ পূৰ্বে আবেদন গ্ৰহণৰ শেষ তাৰিখ চাব।

কোনো ভুল নোহোৱাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ১৬ ফেব্ৰুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com