ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত পদখালী

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে ০১ টা প্ৰশাসনিক সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম- প্ৰশাসনিক সহযোগী ।

খালী পদ-১ টা।

বয়স উল্লেখ কৰা হোৱা নাই ।

দৰমহা- ৩০,০০০ টকা – ৫০,০০০/- (প্ৰতি মাহে) ।

আবেদনৰ অন্তিম তাৰিখ- ০৩/১১/২০২১

অৱস্থান- সমগ্ৰ ভাৰতত ।

আবেদন প্ৰক্ৰিয়া -অফলাইন/অনলাইন

ৱেবচাইট-ignou.ac.in

শিক্ষাগত অৰ্হতা-যিকোনো শাখাত স্নাতক ডিগ্ৰী মুক্ত বিশ্ববিদ্যালয় প্ৰণালীত শিক্ষাৰ্থী সমৰ্থন বিষয়, বিত্তীয় আৰু প্ৰশাসনিক কামত নিম্নতম ১০ বছৰৰ অভিজ্ঞতা ।

এক্সেল, এম.এছ. ৱৰ্ড আদিৰ কাৰ্যকৰী জ্ঞান।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন পত্ৰ প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে Director, Research Unit, Room 03, Culinary Arts Building, Opposite Guest House, IGNOU, Maidan Garhi, New Delhi-110068-লৈ প্ৰেৰণ কৰিব লাগিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com