ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত পৰামৰ্শদাতাৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত পৰামৰ্শদাতাৰ পদখালী

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (ইগনু) ০২ টা পৰামৰ্শদাতাৰ খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম- পৰামৰ্শদাতা ।

খালী পদ-২ টা ।

বয়স উল্লেখ কৰা হোৱা নাই ।

দৰমহা- ৪০,০০০ – ৬০,০০০/- (প্ৰতি মাহে) ।

আবেদনৰ অন্তিম তাৰিখ- ২২/১০/২০২১

অৱস্থান- সমগ্ৰ ভাৰতত ।

আবেদন প্ৰক্ৰিয়া-অফলাইন/অনলাইন ।

ৱেবছাইট ignou.ac.in

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, পিএইচডি সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া- Prof. Satyakam, Director, Centre for Freedom Struggle and Diaspora Studies, Room No. 02, Research Unit, Indira Gandhi National Open University, Maidan Garhi, New Delhi-110068, E-Mail: igcfss@ignou.ac.in-ত নথিপত্ৰ প্ৰেৰণ কৰিব লাগিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com