চাকৰি
ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থা নিযুক্তি ২০২০
ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থা নিযুক্তি ২০২০
ভাৰতীয় খাদ্য সংসাধন প্রযুক্তি সংস্থাত ঠিকাভিত্তিক পদ ছিনিয়ৰ ৰিচাৰ্চ ফে'লৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: ছিনিয়ৰ ৰিচাৰ্চ ফে'ল
পদৰ সংখ্যা: ০১
বয়স: ৩৫ বছৰ ৰ পৰা ৪০ বছৰ
শিক্ষাগত অৰ্হতা: এম টেক/ ফুড ইঞ্জিনিয়াৰিংত এম. এচ চি/ফুড ইঞ্জিনিয়াৰিং/ ফুড প্ৰচেচিং ইঞ্জিনিয়াৰিং/ পোষ্ট হাৰভেষ্ট ইঞ্জিনিয়াৰিং, ফুড চাইন্স- নিউট্ৰিচন/ মাইক্রবাইঅলজি, বায়অ-কেমেষ্ট্ৰি লগত NET/ Ph.d ডিগ্রী।
দৰমহা: ৩১,০০০ প্ৰতি মাহ
কৰ্মস্থান: গুৱাহাটী, অসম
নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা
আবেদনৰ শেষ তাৰিখ: ০৪/০৩/২০২০
সৱিশেষ জানিবলৈ: Click Here
অন্য খবৰৰ বাবে পঢ়ক: অইল ইণ্ডিয়া এইচ এচ স্কুল ডুলিয়াজানত নিযুক্ত ২০২০