আই আই টি গুৱাহাটীত সহযোগী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন

আই আই টি গুৱাহাটীয়ে সহযোগী প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই আই টি গুৱাহাটীত সহযোগী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ১টা। দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ৩৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

ঠিকনাঃ Address: GATE-JAM Office, IIT Guwahati, Guwahati - 781 039

সাক্ষাতকাৰৰ পদ্ধতিঃ: Skype Interview আবেদন জনোৱাৰ নিয়মঃ স্কাইপত অনলাইন সাক্ষাকাৰত অৱতীৰ্ণ হব লাগিব।

সম্পূৰ্ণ বায়ডাটা ৩১ জুলাই, ২০২০ৰ সন্ধিয়া পাঁচ বজালৈকে gate@iitg.ac.in লৈ প্ৰেৰণ কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com