Begin typing your search above and press return to search.

আই আই টি গান্ধীনগৰত পোষ্ট ডক্টৰেল ফোলোৰ পদ খালী

আই আই টি গান্ধীনগৰে পোষ্ট ডক্টৰেল ফোলো নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই টি গান্ধীনগৰত পোষ্ট ডক্টৰেল ফোলোৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2022 1:20 PM GMT

আই আই টি গান্ধীনগৰৰ বিষয়েঃ


আই আই টি গান্ধীনগৰ হৈছে এখন ৰাজহুৱা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান গুজৰাটৰ গান্ধীনগৰত অৱস্থিত। ২০০৮-ত ভাৰত চৰকাৰে এই প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে স্বীকৃতি দিয়ে। এই প্ৰতিষ্ঠানে ৪০০ একৰো অধিক ভূমি আগুৰি আছে।


আই আই টি গান্ধীনগৰত নিযুক্তি-২০২২ঃ

আই আই টি গান্ধীনগৰে পোষ্ট ডক্টৰেল ফোলো নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাব



অধিক বিৱৰণ পৰীক্ষা কৰক।

পদৰ নাম

পোষ্ট ডক্টৰেল ফোলো।

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

দৰমহা

মাহিলী ৫০ হেজাৰ টকা।

বয়স

১৯-০১-২০২২ত সৰ্বোচ্চ ৫০ বছৰ।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

অন্তিম তাৰিখ

১৫ ফেব্ৰুৱাৰী, ২০২২।

কামৰ ম্যাদ

১২ মাহ।

আবেদন মাচুল

নাই।

ৱেবছাইট

iitgn.ac.in

অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি।

পৰিসংখ্যাগত পদাৰ্থ বিজ্ঞানত গৱেষণাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ


আবেদন জনাবলৈ আই আই টি পাটনাৰ ৱেবছাইট iitgn.ac.in চাব।

তাৰ পাছতে নিযুক্তি বা েকৰিয়াৰ অপচন চাব।

ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব ।

আবেদন পত্ৰ অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ roy@iitgn.ac.in-লৈ প্ৰেৰণ কৰিব।



আৰু চাব পাৰে্ :এন আই টি মেঘালয় নিযুক্তি ২০২২ - ০১ জুনিয়ৰ ৰিচাৰ্চ ফেলো খালী পদ


Next Story
চাকৰি