আই আই টি গুৱাহাটী নিযুক্তি ২০২০

আই আই টি গুৱাহাটী নিযুক্তি ২০২০
Published on

আই আই টি গুৱাহাটী নিযুক্তি ২০২০

আই আই টি গুৱাহাটীত খালী থকা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - সহযোগী প্ৰজেক্ট চাইনটিষ্ট

পদৰ সংখ্যা - ০২

দৰমহা - ৪১,৮৫০ ( প্ৰথম পদ)

২৫৬১০ ( দ্বিতীয় পদ)

শিক্ষাগত অৰ্হতা (পদ ১) - বায়টেকনলজিত এম টেক/এম এছ চি , ফুড টেকনলজিত এম টেক /এম এছ চি,।

শিক্ষাগত অৰ্হতা (পদ২ ) - বায়টেকনলজিত বি টেক / বি এছ চি

বাচনি প্ৰক্ৰিয়া- সাক্ষাৎকাৰ

অন্তিম তাৰিখ- ০৫-০৫-২০২০

অধিক জনাৰ বাবে : Click here 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com