Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদখালী

RaktimBy : Raktim

  |  20 Aug 2021 1:23 PM GMT

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( IIT-G ) গুৱাহাটীত জুনিয়ৰ ৰিচাৰ্ছ ফেলো নিয়োগৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কনিষ্ঠ প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১টা ৷

দৰমহা : ৩৭,২১০ টকা, মাহিলী

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ২১/০৮/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ BTech/ ME/ MTech/ MSc ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ তলত উল্লেখিত ই-মেইলত অন্তিম তাৰিখ ২১ আগষ্ট ২০২১ৰ আগত প্ৰেৰণ কৰিব লাগিব।

মেইল : arungoyl@iitg.ac.in

Next Story
চাকৰি