Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প বিজ্ঞানী-জে আৰ এফ পদখালী

আই আই টি গুৱাহাটীয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প বিজ্ঞানী-জে আৰ এফ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 July 2021 1:23 PM GMT

পদসমূহঃ

সহকাৰী প্ৰকল্প বিজ্ঞানী

খালী পদৰ সংখ্যাঃ ০১টা।

প্ৰকল্পৰ নামঃ WP-ৰ পৰা WA-লৈ ৰূপান্তৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বিজ্ঞান /হিউমেনেটিজ/ অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। biomass ৰূপান্তৰ প্ৰযুক্তিৰ কামৰ অভিজ্ঞতা বিচৰা হব পাৰে।

দৰমহাঃ ২১ হেজাৰ–১১০০–৩২০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭জুলাই, ২০২১।

জুনিয়ৰ ৰিচাৰ্ছ ফেলো।

খালী পদৰ সংখ্যাঃ ০১টা।

প্ৰকল্পৰ নামঃ Cognitive interfaces for software engineering with multimodal brain imaging।

শিক্ষাগত অৰ্হতাঃ বায়োমেডিকেল ইঞ্জিনীয়াৰিং / কম্পিউটাৰ ছায়েন্স /বৈদ্যুতিক আু ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰিং / বায়োটেকনোলজীৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে GATE থাকিব লাগিব। Matlab, C++ and JavaScript আদিৰ জ্ঞান বিচৰা হব পাৰে। Digital Signal Processing প্ৰক্ৰিয়া বুজি পোৱা বা Neural Engineering সহায়ক হব।

দৰমহাঃ ৩১ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০ জুলাই, ২০২১।

সবিশেষ জানিবলৈ ক্লিক কৰকঃ লিংক-১ আৰু লিংক-২

Next Story