Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত প্ৰকল্প বিষয়া-ছিষ্টেম অভিযন্তাৰ পদখালী

আই আই টি গুৱাহাটীয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই টি গুৱাহাটীত প্ৰকল্প বিষয়া-ছিষ্টেম অভিযন্তাৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2021 10:26 AM GMT

পদসমূহঃ

প্ৰকল্প বিষয়া, খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ৩৮ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰ ভাড়া।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ বিজ্ঞান বা অভিযান্ত্ৰিকত পি এইচ ডি থাকিব লাগিব। অথবা দুবছৰৰ কৰ্ম-অভিজ্ঞতাসহ এম টেক ডিগ্ৰীধাৰী হব লাগিব। এছ চি আইৰ পত্ৰিকাত গৱেষণা পত্ৰ প্ৰকাশ পোৱাটো বিচৰা হব পাৰে।

ছিষ্টেম ইঞ্জিনীয়াৰ, খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ২৮,৫০০ টকাৰ লগতে ১৬ শতাংশ ঘৰভাড়া বানচ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কম্পিউটাৰ ছায়েন্স বা আই টিত প্ৰথম শ্ৰেণীৰ বি ই বা বিটেক হব লাগিব। অথবা প্ৰথম শ্ৰেণীৰ এম চি এ হব লাগিব। তদুপৰি আই আই টি, এন আই টি আদিৰ নিচিনা প্ৰতিষ্ঠানত Java, HTML, PHP, SQL, MariaDB আদি ব্যৱহাৰ কৰি ছফটৱেৰ ডেভেলপমেণ্টৰ কামত ন্যূনতম তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-০৭-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

ৱেবছাইটঃ https://iitg.ac.in।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি