আই আই টি গুৱাহাটীত আই পি আৰ বিষয়াৰ পদখালী

আই আই টি গুৱাহাটীত আই পি আৰ বিষয়াৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
Published on

আই আই টি গুৱাহাটীয়ে আই পি আৰ বিষয়া নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা। 

বয়সৰ সীমাঃ উল্লেখ নাই। 

দৰমহাঃ মাহিলী ৩৫ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি ই, বি টেক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। 

নিযুক্তিৰ স্থান- গুৱাহাটী। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১ অক্টোবৰ, ২০২১। 

আবেদন জনোৱাৰ পূৰ্বে  iitg.ac.in চাব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com