আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তা নিযুক্তি

এই বিষয়ে এই বাতৰিত সবিশেষ তথ্য পাব।
আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তা নিযুক্তি
Published on: 

আই আই টি গুৱাহাটীয়ে সহকাৰী প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২টা। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ কম্পিউটাৰ ছায়েন্স বা তথ্য-প্ৰযুক্তিৰ স্নাতক ডিগ্ৰীধাৰী নতুবা এম চি এ হব লাগিব।  JSP, JAVA, JavaScript, AJAX, JQuery, MySQL.-ৰ ভাল কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

বয়সৰ সীমাঃ ২০ ৰ পৰা ২৮ বছৰ। 

নিযুক্তিৰ স্থানঃ গুৱাহাটী। 

দৰমহাঃ ২৮, ৫০০টকাৰ পৰা ৪২ হেজাৰ টকা (মাহিলী)। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৩-১০-২০২১। 

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়। 

অহা ২২ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা অনলাইন সাক্ষাত্কাৰ অনুষ্ঠিত হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com