Begin typing your search above and press return to search.

আইআইটি গুৱাহাটীত কাৰ্যালয় সহায়কৰ পদখালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

আইআইটি গুৱাহাটীত কাৰ্যালয় সহায়কৰ  পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2021 7:30 AM GMT


ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে কাৰ্যালয় সহায়কৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম- কাৰ্যালয় সহায়ক ।

খালী পদ -২ টা ।

অৱস্থান গুৱাহাটী, অসম ।

দৰমহা - ১৯,৫০০/- টকা (প্ৰতি মাহে)।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৩/০৯/২০২১

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী কৰা হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতা আইআইটি গুৱাহাটীৰ অফিচিয়েল ৱেবছাইট iitg.ac.in অনলাইন আবেদন কৰিব পাৰে, ০৪-০৯-২০২১ ৰ পৰা ১৩ ছেপ্টেম্বৰ ২০২১ লৈ।

আৰু চাব পাৰেঃ ছাউথ ইণ্ডিয়ান বেংকত প্ৰবেচনাৰী বিষয়াৰ পদখালী

Next Story
চাকৰি