ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( IIT ) গুৱাহাটীত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( IIT ) গুৱাহাটীত পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( IIT ) গুৱাহাটীত পদাৰ্থ বিজ্ঞান বিভাগৰ অধীনত "Probing the effect of strong gravity around the black hole X–ray binaries through AstroSat observations" নামৰ প্ৰকল্পৰ বাবে প্ৰকল্প সহায়ক - ১ৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহায়ক - ১

খালী পদৰ সংখ্যা : ০১টা

প্ৰকল্পৰ নাম : "Probing the effect of strong gravity around the black hole X–ray binaries through AstroSat observations"

বয়স : উল্লেখিত নাই

দৰমহা : ৫৫,৭৭০/- টকা, মাহিলী

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ২৫/১১/২০২১

অনলাইন সাক্ষাৎকাৰ : ১০/১০/২০২১

শিক্ষাগত অৰ্হতা :

• নিৰীক্ষণ এক্সৰে মহাকাশবিজ্ঞান P. Hd বা গৱেষণা গ্ৰন্থ জমা কৰা হ'ব লাগিব।

• প্ৰকাশনৰ উপযুক্ত প্ৰমাণ থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা অনলাইন যোগে ডা সন্তাব্ৰত দাসৰ উল্লেখিত ইমেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : sbdas@iitg.ac.in

• প্ৰাৰ্থীক সাক্ষাৎকাৰৰ আগেয়ে দুখন প্ৰসংগপত্ৰ জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

সময় : বিয়লি ০৫ বজাৰ পৰা

তাৰিখ : ২৫/১০/২০২১

• বাছনি কৰা প্ৰাৰ্থী সমূহক ইমেইল যোগে সাক্ষাৎকাৰৰ কথা অৱগত কৰোৱা হ'ব।

• বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

• আমন্ত্ৰণ পত্ৰ সকলো প্ৰাৰ্থীকে বেলেগকৈ পঠিওৱা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com