ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( IIT ) গুৱাহাটীত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( IIT ) গুৱাহাটীত পদখালী


ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( IIT ), গুৱাহাটীত জুনিয়ৰ প্ৰজেক্ট ফেলোৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ প্ৰজেক্ট ফেলো ।

খালী পদৰ সংখ্যা : ০১টা ৷

দৰমহা :২৩,৫০০/- ৰ পৰা ২৮,৫১০/- টকা, মাহিলী ।

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ০৪/১০/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ BTech/ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ তলত উল্লেখিত ই-মেইলত অন্তিম তাৰিখ ০৪ অক্টোবৰ, ২০২১ বা তাৰ আগত প্ৰেৰণ কৰিব লাগিব।

মেইল : sukumar@iitg.ac.in

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com