Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত এছ আৰ এফ নিয়োগ

আই আই টি গুৱাহাটীৰ পৰিৱেশ কেন্দ্ৰই জ্যেষ্ঠ গৱেষণা ফেল’(এছ আৰ এফ) নিয়োগৰ বাবে অনলাইন আবেদন বিচাৰিছে ৷

আই আই টি গুৱাহাটীত এছ আৰ এফ নিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2020 1:39 PM GMT

খালী পদৰ সংখ্যাঃ ১টা ৷

দৰমহাঃ মাহিলি ৪১,৮৫০টকা ৷

নিয়োগৰ স্থানঃ গুৱাহাটী

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯/০৬/২০২০ ৷

প্ৰকল্পৰ নামঃ

সাক্ষাৎকাৰ: অহা ১৯জুনত ৷

প্ৰকল্পৰ নামঃ "The development and implementation of sensors and treatment technologies for freshwater systems in India"

আবেদন o pakshi@iitg.ac.in লৈ প্ৰেৰণ কৰিব পাৰিব।

সবিশেষ জানিবলৈ https://iitg.ac.in/ckfinder/userfiles/files/xENVSPNxDST00504xxKP009 (24-06-20).pdf চাওক।

Next Story
চাকৰি