Begin typing your search above and press return to search.

আই আই টি পাটনাৰ মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তি

আই আই টি পাটনাই মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই টি পাটনাৰ মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2022 1:21 PM GMT


আই আই টি পাটনাৰ বিষয়েঃ

সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান পটনা (আই আই টি পাটনা) হৈছে বিহাৰৰ পাটনাস্থিত এখন ৰাজহুৱা কাৰিকৰী প্ৰতিষ্ঠান। ভাৰত চৰকাৰে এই প্ৰতিষ্ঠানকো ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে আখ্যা দিছে। সংসদে ২০০৮-ৰ ৬ আগষ্টত এখন আইনযোগে আই আই টি পাটনা প্ৰতিষ্ঠা কৰে। ইয়াৰ স্থায়ী চৌহদ পটনাৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ বিহাটাত অৱস্থিত। ২০১৫-ত এই প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে কাৰ্যক্ষম হয়। ২০১১-ত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল শিবালে এই প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। ২০১৫-ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই আই টি পাটনাৰ স্থায়ী চৌহদ মুকলি কৰে।

আই আই টি পাটনত নিযুক্তি-২০২২ঃ

আই আই টি পাটনাই মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাব



অধিক বিৱৰণ পৰীক্ষা কৰক।

পদৰ নাম

মুখ্য কাৰ্যবাহী বিষয়া

খালী পদ

০১টা।

দৰমহা

বাৰ্ষিক ১৮ৰ পৰা ২০ লাখ টকা।

বয়স

১৯-০১-২০২২ত সৰ্বোচ্চ ৫০ বছৰ।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

অন্তিম তাৰিখ

৭ ফেব্ৰুৱাৰী, ২০২২।

চাকৰিৰ স্থান

পাটনা

আৱেদন মাচুল

নাই।

ৱেবছাইট

iitp.ac.in

অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম বি এ বা স্নাতকোত্তৰ কৰ াহব লাগিব।

অভিজ্ঞতাঃ

কোনো প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কাৰ্যনিৰ্বহ কৰা হব লাগিব।


আবেদনৰ নিয়মঃ


আবেদন জনাবলৈ আই আই টি পাটনাৰ ৱেবছাইট iitp.ac.inচাব।

তাৰ পাছতে নিযুক্তি বা েকৰিয়াৰ অপচন চাব।

ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব ।

আবেদন পত্ৰ অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ i-hub-foundation@iitp.ac.in-লৈ প্ৰেৰণ কৰিব।



আৰু চাব পাৰে্ :এন আই টি মেঘালয় নিযুক্তি ২০২২ - ০১ জুনিয়ৰ ৰিচাৰ্চ ফেলো খালী পদ


Next Story
চাকৰি