গ্ৰামীণ ডাক সেৱক নিযুক্তিৰ বাবে ভাৰতীয় ডাকৰ আবেদন আহ্বান

ভাৰতীয় ডাকে গ্ৰামীণ ডাক সেৱক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গ্ৰামীণ ডাক সেৱক নিযুক্তিৰ বাবে ভাৰতীয় ডাকৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ৩,২৬২টা।

দৰমহাঃ মাহিলী ১০হেজাৰ টকাৰ পৰা ১৪.৫০০টকা।

নিযুক্তিৰ স্থানঃ নাগপুৰ, আজমীৰ, বিকানেৰ, যোধপুৰ, শিকাৰ, বাৰ্মেৰ, ভাৰতপুৰ, ভিলাৱাৰা, ঝুনঝুনান, চুৰু, পালি, ছিৰোহী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ২১-০৭-২০২০

জানিবলৈ http://www.appost.in/gdsonline/ চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com