চাকৰি
ভাৰতীয় বায়ু সেনাত মাল্টি টাস্কিং ষ্টাফৰ পদ খালী
ভাৰতীয় বায়ু সেনাত মাল্টি টাস্কিং ষ্টাফৰ পদ খালী
পদৰ নামঃ মাল্টি টাস্কিং ষ্টাফ
যোগ্যতাঃ দশম শ্ৰেনী উত্তীণ
খালী হৈ থকা পদৰ সংখ্যাঃ ০১
অভিজ্ঞতাঃ ১-৩ বছৰ
বয়সঃ ১৮-২৪ বছৰ
আবেদনৰ শেষ তাৰিখঃ ১২/০৬/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক

