Begin typing your search above and press return to search.

ভাৰতীয় বায়ু সেনাৰ কমিছনড বিষয়া নিযুক্তি

এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়স আদিৰ তথ্য বাতৰিটোত পাব

ভাৰতীয় বায়ু সেনাৰ কমিছনড বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2021 11:00 AM GMT

ভাৰতীয় বায়ু সেনাৰ বিষয়েঃ

দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ বায়ু বা আকাশমাৰ্গৰ শাখা হৈছে ভাৰতীয় বায়ু সেনা। ভাৰতীয় বায়ু সেনাই বিশ্বৰ কৰ্মী আৰু সম্পদৰ ফালৰ পৰা বিশ্বৰ চতুৰ্থ স্থানৰ বায়ু সেনা। ভাৰতীয় বায়ু সেনাৰ মূল উদ্দেশ্য হৈছে শত্ৰুৰ পৰা দেশৰ আকাশমাৰ্গ ৰক্ষা কৰা আৰু আকাশী যুদ্ধৰ সংৰচনা কৰা। I

১৯৩২-ৰ ৮ অক্টোবৰত ভাৰতীয় বায়ু সেনা প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিতে ই ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়কাৰী বায়ু বাহিনী আছিল। ভাৰতীয় বায়ু সেনাই দ্বিতীয় বিশ্ব যুদ্ধত অংশ লৈছিল।

ভাৰতীয় বায়ু সেনাই নিম্নোক্ত কমিছনড বিষয়াৰ পদসমূহত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছেঃ


পদসমূহঃ

ফ্লাইংঃ

খালী পদৰ সংখ্যাঃ ৭৭টা।

বয়সৰ সীমাঃ ২০-২৬ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক, বি ই / বি টেক হব লাগিব।

গ্ৰাউণ্ড ডিউটী

খালী পদৰ সংখ্যাঃ ১২৯টা।

বয়সৰ সীমাঃ ২০-২৬ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক, বি ই / বি টেক হব লাগিব।


গ্ৰাউণ্ড ডিউটী(নন-টেকনিকেল)

খালী পদৰ সংখ্যাঃ ১১১ টা।

বয়সৰ সীমাঃ ২০-২৬ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক, বি ই / বি টেক হব লাগিব।


দৰমহাঃ মাহিলী ৫৬,১০০ চকাৰ পৰা ১,৭৭, ৫০০টকা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১০-২০২১।

ৱেবছাইটঃ indianairforce.nic.in।

আবেদনৰ নিয়মঃ

আবেদন জনাবলৈ https://careerindianairforce.cdac.in চাব ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।




Next Story
চাকৰি