Begin typing your search above and press return to search.

ভাৰতীয় বায়ুসেনাত Group-C চিভিলিয়ান পদত নিযুক্তি

ভাৰতীয় বায়ুসেনাই Group-C চিভিলিয়ান পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰতীয় বায়ুসেনাত Group-C চিভিলিয়ান পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2021 12:17 PM GMT

পদঃ

Group-C চিভিলিয়ান।

খালী পদৰ সংখ্যাঃ ১৭৪ টা। ইয়াৰে ২৪ টা মুখ্য কাৰ্যালয় ( HQ Central Command)। ২ টা মুখ্য কাৰ্যালয়(ছাউদাৰ্ণ কমাণ্ড)HQ Southern Air Command, ৮৭ টা মুখ্য কাৰ্যালয় প্ৰশিক্ষণ কমাণ্ড (Training Command)। ৬১ টা মুখ্য কাৰ্যালয় ৱেষ্টাৰ্ণ কমাণ্ড (HQ Western Command)।

বয়সৰ সীমাঃ ১৮-ৰ পৰা ২৫ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ

অধীক্ষক (ভঁৰাল)

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ন্যূনতম স্নাতক দিগ্ৰী গ্ৰহণ কৰা হব লাগিব। তদুপৰি ৰাজহুৱা বা প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ ভঁৰালৰ কামত গাণনিক কামৰ অভিজ্ঞতা আৰু ভঁৰাল পৰিচালনাৰ কামত অভিজ্ঞতা থাকিব লাগিব।

নিম্নবৰ্গৰ সহায়ক (এল ডি চি)

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। তদুপৰি কম্পিউটাৰত প্ৰতি মিনিটত ৩৫ টা ইংৰাজী শব্দ বা ৩০ টা ইংৰাজী শব্দ টাইপ কৰিব পাৰিব লাগিব।

গুদাম বা ভঁৰাল ৰক্ষকঃ

প্ৰাৰ্থী দ্বাদশ শ্ৰেণী বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। তদুপৰি ৰাজহুৱা বা প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ গুডামৰ পৰিচালনা আৰু গাণনিক কামৰ অভিজ্ঞতা থাকিব লাগিব।

ৰান্ধনি

প্ৰাৰ্থী মেট্ৰিক বা দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

পেইণ্টাৰ(গুণসম্পন্ন)

প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে সংশ্লিষ্ট বিযয়ত আই টি আই চাৰ্টিফিকেট থাকিব লাগিব।

মাল্টি টাস্কিং ষ্টাফ

প্ৰাৰ্থী মেট্ৰিক বা দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

কাঠমিস্ত্ৰী (গুণসম্পন্ন)

প্ৰাৰ্থী দশম শ্ৰেণী বা মেট্ৰিক উত্তীৰ্ণ হব লাগিব।

এই বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি