Begin typing your search above and press return to search.
ভাৰতীয় নৌ সেনাত শ্বৰ্ট চাৰ্ভিছ কমিছন বিষয়া নিযুক্তি
ভাৰতীয় নৌ সেনাত নিম্নোক্ত শ্বৰ্ট ছাৰ্ভিচ কমিছন বিষয়া নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

পদসমূহঃ
শ্বৰ্ট ছাৰ্ভিচ কমিছন (কাৰ্ষবাহী, জি এছ-এক্স), খালী পদৰ সংখ্যাঃ ৪৭টা।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ যিকোনো শাখাত বি ই বা বি টেক হব লাগিব।
শ্বৰ্ট ছাৰ্ভিচ কমিছন(হাইড্ৰোগ্ৰাফী), খালী পদৰ সংখ্যাঃ ৩টা।
বয়সৰ সীমাঃ ২৪ বছৰ।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ যিকোনো শাখাত বি ই বা বি টেক হব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৬-২০২১।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story