ভাৰতীয় নৌ-সেনাত ট্ৰেডছম্যান(মেট) নিযুক্তি

এই বিষয়ে বাতৰিটোত সবিশেষ তথ্য পাব।
ভাৰতীয় নৌ-সেনাত ট্ৰেডছম্যান(মেট) নিযুক্তি

ভাৰতীয় নৌ-সেনাই ট্ৰেডছম্যান(মেট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২১৭ টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ অধীনত ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

দৰমহাঃ ১৮ হেজাৰ টকাৰ পৰা ৫৬,৯০০টকা(মাহিলী)। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২ নৱেম্বৰ, ২০২১।

আবেদনৰ মাচুলঃ আবেদন মাচুল নাই।

আগ্ৰহী প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ Chief of the Naval Staff, Directorate of Civilian Manpower Planning and Recruitment, Room No: 007, Ground Floor, Talkatora Indoor Stadium, Annexe Building, New Delhi-110001লৈ প্ৰেৰণ কৰিব পাৰে।

আবেদন পত্ৰ প্ৰেৰণৰ পূৰ্বে joinindiannavy.gov.in চাব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com