ভাৰতীয় নৌ সেনাত দ্বাদশ শ্ৰেণী(বিজ্ঞান) উত্তীৰ্ণ নিযুক্তি

এই পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
ভাৰতীয় নৌ সেনাত দ্বাদশ শ্ৰেণী(বিজ্ঞান) উত্তীৰ্ণ নিযুক্তি
Published on: 

ভাৰতীয় নৌ সেনাত (এ এ আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ)- নাবিক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদসমূহঃ 

নাবিকঃ আৰ্টিফাইচাৰ এপ্ৰেণ্টিচ আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিযুক্তি। 

শিক্ষাগত অৰ্হতাঃ আৰ্টিফাইচাৰ এপ্ৰেণ্টিচৰ ক্ষেত্ৰত ৬০ শতাংশ নম্বৰসহ  গণিত আৰু পদাৰ্থ বিজ্ঞানসহ ৰসায়ন বিজ্ঞান বা জীৱবিজ্ঞান নতুবা কম্পিউটাৰ ছায়েন্স লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। 

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ নিযুক্তি ( এছ এছ আৰ)ৰ ক্ষেত্ৰত প্ৰাৰ্থী গণিত আৰু পদাৰ্থ বিজ্ঞানসহ ৰসায়ন বিজ্ঞান বা জীৱবিজ্ঞান নতুবা কম্পিউটাৰ ছায়েন্স লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

খালী পদৰ সংখ্যাঃ ২,৫০০টা। 

দৰমহাঃ প্ৰশিক্ষণৰত অৱস্থাত মাহিলী ১৪, ৬০০টকাৰ ষ্টাইপেণ্ড। 

বয়সৰ সীমাঃ  প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ১ ফেব্ৰুৱাৰী আৰু ২০০৫ৰ ১ জুলাইৰ ভিতৰত হব  লাগিব।

ৱেবছাইটঃ  https://www.joinindiannavy.gov.in/en/page/sailors-ways-to-join.html

।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ  25/10/2021 ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com