Begin typing your search above and press return to search.
Matric Recruitঃ ভাৰতীয় নৌ-সেনাত নাৱিক নিযুক্তি
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত দিয়া হৈছে:-

ভাৰতীয় নৌ-সেনাত নাৱিক নিয়ুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
পদৰ নামঃ নাবিক।
খালী পদৰ সংখ্যাঃ প্ৰায় তিনিশ।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।
দৰমহাঃ আৰম্ভণী অৱস্থাত মাহিলী ১৪, ৬০০ টকাৰ ষ্টাইপেণ্ড। প্ৰশিক্ষণৰ সফল সমাপ্তিৰ পাছত ২১, ৭০০ টকাৰ পৰা ৬৯, ১০০টকা। তদুপৰি মাহিলী অতিৰিক্ত ৫,২০০ টকা আৰু ডি এ দিয়া হব।
বয়সৰ সীমাঃ প্ৰাৰ্থীৰ জন্ম ০১--০৪-২০০২ৰ পৰা ৩০-০৯-২০২১ৰ ভিতৰত হব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-১১-২০২১।
ৱেবছাইটঃ https://www.joinindiannavy.gov.in/en/page/sailors-ways-to-join.html
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত মেট্ৰিক বা দশম শ্ৰেণী উত্তীৰ্ণ।
আবেদন পত্ৰ পূৰণৰ পূৰ্বে https://www.joinindiannavy.gov.in/en/page/sailors-ways-to-join.html চাব।
লিখিত পৰীক্ষা, শাৰিৰিক মান পৰীক্ষা আৰু সাক্ষাত্কাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।
Next Story