Begin typing your search above and press return to search.

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ত সঞ্চালকৰ পদ খালী

চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো বিৱৰণ জানিব পাৰিব :

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ)ত সঞ্চালকৰ পদ খালী

RaktimBy : Raktim

  |  18 Aug 2021 9:07 AM GMT

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) সঞ্চালকৰ খালী পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো বিৱৰণ জানিব পাৰিব :

পদৰ নাম -সঞ্চালক ।

নিযুক্তিৰ স্থান-ভাৰত ।

দৰমহা -১,৮০,০০০-৩,৪০,০০০/- টকা ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ২৭/০৮/২০২১ ।

বয়সৰ সীমাঃ ৪৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা চিএ, স্নাতক, এমবিএ বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন পত্ৰ কৰ্ণাটকৰ মহাকাশ বিভাগ, অন্তৰীক্ষ ভৱন, নিউ বিইএল ৰোড, বেংগালুৰু উপ সচিব (পি এণ্ড পিএছ)লৈ প্ৰেৰণ কৰিব লাগিব।

Next Story
চাকৰি