ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ কনছালটেণ্ট নিয়োগ

ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই ছিনিয়ৰ কনছালটেণ্ট পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ কনছালটেণ্ট নিয়োগ
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী এক লাখ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫ বছৰ।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৮-২০২০।

সবিশেষ জানিবলৈ https://iwai.nic.in/showfile.php?lid=1996চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com