Begin typing your search above and press return to search.
কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে IBBI ৰ আবেদন আহ্বান
ভাৰতীয় দেওলীয়াপনা বোৰ্ড (Insolvency and Bankruptcy Board of India)- কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০১টা।
দৰমহাঃ মাহিলী ১,২০,৫০০টকাৰ পৰা ১,২৭,৫০০টকা।
বয়সৰ সীমাঃ ৪০ৰ পৰা ৪৫ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৯-০৭-২০২১।
ই-মেইলঃ @ibbi.gov.in।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী আইন / বিত্ত/ অৰ্থনীতি /একাউণ্টেন্সীৰ স্পেচিয়েলাইজেচনসহ এম বি এ হব লাগিব অথবা / বিত্ত/ অৰ্থনীতি /একাউণ্টেন্সীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। Insolvency or Bankruptcy দিশসমূহৰ জ্ঞান থাকিব লাগিব।
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।
Next Story