Begin typing your search above and press return to search.

নগাঁও জিলা ন্যায়পালিকাত ভাষান্তৰিক/ পিয়নৰ পদখালী

ভাষান্তৰিক আৰু পিয়নৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন দাখিলৰ বাবে অনুৰোধ জনোৱা হৈছে

নগাঁও জিলা ন্যায়পালিকাত  ভাষান্তৰিক/ পিয়নৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2021 8:35 AM GMT

নগাঁও জিলা ন্যায়পালিকাৰ বিষয়ে :

নগাঁও জিলা ন্যায়পালিকাই জিলা খনৰ আইন সংগত বিষয় সমূহত এক গুৰুতপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ন্যায়পালিকা দুই ভাগত বিভক্ত হৈ আছে - "ন্যায়াধীশ ন্যায়পালিকা" আৰু "চি জে এম ন্যায়পালিকা"।

নগাঁও জিলা ন্যায়পালিকা চাকৰিৰ অধিসূচনা :

নগাঁও জিলা ন্যায়পালিকাত শেহতীয়াভাবে ভাষান্তৰিক আৰু পিয়নৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন দাখিলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে নিম্নোক্ত পদৰ বাবে অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব লাগিব।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম

ভাষান্তৰিক

পিয়ন

খালী পদ

০১

০৫

বয়স

১৮ - ৪০বছৰ, ১/১১/২০২১ৰ মতে।চৰকাৰী নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই।

১৮- ৪০বছৰ, ১/১১/২০২১ৰ মতে।চৰকাৰী নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই।

দৰমহা

(পি বি ১)

১২,০০০ - ৫২,০০০/- টকা, মাহিলী + জি পি ৪,৪০০/- টকা

পি বি ১)

১২,০০০ - ৫২,০০০/- টকা, মাহিলী + জি পি ৩,৯০০/- টকা

অৱস্থান

নগাওঁ, অসম

আবেদনৰ অন্তিম তাৰিখ

২৯/১১/২০২১

শিক্ষাগত অৰ্হতা :

পদৰ নাম

শিক্ষাগত অৰ্হতা

ভাষান্তৰিক

• নূন্যতম শিক্ষা অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। দ্বাদশ শ্ৰেণী বা তাতোতকৈ উচ্চ শিক্ষিত সকলে আৱেদন দাখিল কৰিব নোৱাৰে। প্ৰয়োজনীয় বিভাগত কৌশলী সকলক প্ৰাধান্য দিয়া হ'ব।

• ইচ্ছুক প্ৰাৰ্থী অসমৰ এটা বা অধিক ভাষাত নিপুণ হ'ব লাগিব।

পিয়ন

• নূন্যতম শিক্ষা অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। দ্বাদশ শ্ৰেণী বা তাতোতকৈ উচ্চ শিক্ষিত সকলে আৱেদন দাখিল কৰিব নোৱাৰে। প্ৰয়োজনীয় বিভাগত কৌশলী সকলক প্ৰাধান্য দিয়া হ'ব।

আবেদনৰ প্ৰক্ৰিয়া :

• আৱেদন দাখিলৰ বাবে প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত পূৰণ কৰা আৱেদন সহ প্ৰয়োজনীয় নথি পত্ৰ জমা কৰিব লাগিব

• আৱেদনৰ নিৰ্ধাৰিত স্থানত নিজা কালাৰ পাছপৰ্ট ফটো সংযোগ কৰি তাৰ ওপৰত স্বাক্ষৰ কৰিব লাগিব

• একে ধৰণৰ তিনি খন আৰু পাছপৰ্ট ফটো আৱেদনৰ সো-ফালে ষ্টেপুলৰ সহায়ত সংযুক্ত কৰিব লাগিব

• আৱেদন প্ৰেৰণ কৰা এনভেলপৰ ওপৰত আৱেদন কৰা পদৰ বিষয়ে উল্লেখ কৰিব লাগিব

• অন্তিম তাৰিখৰ পূৰ্বে আৱেদন আহি মুখ্য ন্যায়াধীশ, নগাওঁৰ কাৰ্য্যালয় পাব লাগিব।

বাছনি প্ৰক্ৰিয়া : পৰীক্ষণৰ যোগে পাৰ্থীয়ে প্ৰদৰ্শন কৰা নিজৰ দক্ষতাৰ যোগে উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ'ব।

আৰু পঢ়ক : গিৰিজানন্দ চৌধুৰী ফাৰ্মাচিউটিকেল ছায়েন্সত সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি