আই.অ' চিত ১৯৬৮ টা টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিচৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
আই.অ' চিত ১৯৬৮ টা টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিচৰ পদখালী
Published on: 

ভাৰতীয় তেল নিগম লিমিটেড হৈছে ভাৰতৰ চৰকাৰৰ দ্বাৰা পৰিচালিত এটা আগশাৰীৰ নিগম। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ  এই নিগমৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।

আই.অ.চি.এলত. পদখালী :

পদৰ নাম : এটেণ্ডেণ্ট অপাৰেটৰ ( কেমিকেল প্লান্ট)ঃ বিভাগ ৰসায়ন।

খালী পদৰ সংখ্যা : ৪৮৮টা।

অৰ্হতা : B. Sc ৩বছৰ ( পদাৰ্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান বা ঔদ্যোগিক ৰসায়ন)।

পদৰ নাম : বাণিজ্য প্ৰশিক্ষাৰ্থী (ফিটাৰ) মেকানিকেল বিভাগ।

খালী পদৰ সংখ্যা : ২০৫টা।

অৰ্হতা : মেট্ৰিক আৰু ২বছৰীয়া ITI

পদৰ নাম : বাণিজ্য প্ৰশিক্ষাৰ্থী (বইলাৰ) মেকানিকেল বিভাগ

খালী পদৰ সংখ্যা : ৮০

অৰ্হতা : B. Sc ৩বছৰ ( পদাৰ্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান বা উদ্যোগিক ৰসায়ন)

পদৰ নাম :কাৰিকৰী প্ৰশিক্ষাৰ্থী, ৰসায়ন বিভাগ

খালী পদৰ সংখ্যা : ৩৬২

অৰ্হতা : ৩বছৰ ডিপ্লোমা (ৰসায়ন অভিযান্ত্ৰিক/ শোধনাগাৰ আৰু পেট্ৰ কেমিকেল শোধনাগাৰ)

পদৰ নাম :কাৰিকৰী প্ৰশিক্ষাৰ্থী, মেকানিকেল বিভাগ

খালী পদৰ সংখ্যা : ২৩৬

অৰ্হতা : ৩বছৰ ডিপ্লোমা (মেকানিকেল অভিযন্তা)

পদৰ নাম :কাৰিকৰী প্ৰশিক্ষাৰ্থী, ইলেকট্ৰিকেল বিভাগ

খালী পদৰ সংখ্যা : ২৮৫

অৰ্হতা : ৩বছৰ ডিপ্লোমা (ইলেকট্ৰিকেল অভিযন্তা)

পদৰ নাম :কাৰিকৰী প্ৰশিক্ষাৰ্থী, ইষ্ট্ৰুমেণ্টেচন বিভাগ

খালী পদৰ সংখ্যা : ১১৭

অৰ্হতা : ৩বছৰ ডিপ্লোমা (ইষ্ট্ৰুমেণ্টেচন আৰু ইলেকট্ৰনিক্স/ ইষ্ট্ৰুমেণ্টেচন/ ইষ্ট্ৰুমেণ্টেচন আৰু নিয়ন্ত্ৰণ অভিযন্তা)

পদৰ নাম : বাণিজ্য প্ৰক্ষীশাৰ্থী (ছেক্ৰেটেৰীয়েল এচিষ্টেন্ত)

খালী পদৰ সংখ্যা : ৬৯

অৰ্হতা : ৩বছৰ (B.A./B.Sc/B.Com)

পদৰ নাম : বাণিজ্য প্ৰক্ষীশাৰ্থী (একাউণ্ট)

খালী পদৰ সংখ্যা : ৩২

অৰ্হতা : ৩বছৰ (B. Com)

পদৰ নাম : বাণিজ্য প্ৰক্ষীশাৰ্থী (ডাটা এণ্ট্ৰী অপাৰেটৰ) নৱাগত

খালী পদৰ সংখ্যা : ৫৩

অৰ্হতা : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ

পদৰ নাম : বাণিজ্য প্ৰক্ষীশাৰ্থী (ডাটা এণ্ট্ৰী অপাৰেটৰ) মানপত্ৰ থকা

খালী পদৰ সংখ্যা : ৪১

অৰ্হতা : দ্বাদশ শ্ৰেণী উত্তীৰ্ণ 'Domestic Data Entry Operator' মানপত্ৰ ধাৰক

খালী পদৰ সংখ্যা :

গুৱাহাটী শোধনাগাৰ : ১৪৭

ডিগবৈ শোধনাগাৰ : ১৭৭

বঙাইগাঁও শোধনাগাৰ : ১৮১

অৰ্হতা :

বয়স : নূন্যতম ১৮বছৰ আৰু অধিকতম ২৪বছৰ (৩১/১০/২০২১ ৰ মতে )

বয়সৰ ৰেহাই : অনুসূচিত জনজাতি/ জাতি : ৫বছৰ

OBC : ৩বছৰ

বিকলাং : ১০বছৰ

আৱেদন প্ৰক্ৰিয়া :

# ৱেব লিংক বিভাগলৈ যাওঁক

# অনলাইন এপ্লিকেচন টিপক।

যদিহে নতুন আবেদনকাৰী তেন্তে নিউ ৰেজিষ্ট্ৰেচন কৰক।

# অনলাইন এপ্লিকেচন লৈ গৈ লগ ইন কৰক।

# প্ৰয়োজনীয় তথ্য সমূহ পূৰণ কৰক।

# জমা কৰক।

প্ৰয়োজনীয় তাৰিখ :

আৱেদন কৰক আৰম্ভণি : ২২ অক্টোবৰ ২০২১

আবেদনৰ অন্তিম তাৰিখ : ১২ নৱেম্বৰ ২০২১

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com