ইণ্ডিয়ান অইল কৰ্পোৰেচনত অ-কাৰ্যবাহী পদবীত নিযুক্তি

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
ইণ্ডিয়ান অইল কৰ্পোৰেচনত অ-কাৰ্যবাহী পদবীত নিযুক্তি

ইণ্ডিয়ান অইল কৰ্পোৰেচনে অ-কাৰ্যবাহী পদবীত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদঃ অ-কাৰ্যবাহী।

খালী পদৰ সংখ্যাঃ ৫১৩টা।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৬ বছৰ।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কেমিকেল / ৰিফাইনেৰী এণ্ড পেট্ৰোকেমিকেলছ ইঞ্জিনীয়াৰিঙৰ তিনি বছৰীয়া ডিপ্লমা বা বি এছ চি (গণিত, পদাৰ্থ বিজ্ঞান বা ঔদ্যোগিক ৰসায়নৰ) হব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীয়ে ৪৫ শতাংশ নম্বৰ পালেই হব।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৬ বছৰ।

দৰমহাঃ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ নিয়ম অনুসৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ১২-১০-২০২১।

আবেদনৰ নিয়মঃ অফলাইন।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com