Begin typing your search above and press return to search.

ইণ্ডিয়ান অইল কৰ্পোৰেচনত সহকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়া নিয়ুক্তি

ইণ্ডিয়ান অইল কৰ্পোৰেচনে সহকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব।

ইণ্ডিয়ান অইল কৰ্পোৰেচনত সহকাৰী গুণাগুণ নিয়ন্ত্ৰণ বিষয়া নিয়ুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2021 9:30 AM GMT


পদঃ

গুণাগুণ নিয়ন্ত্ৰণ বিষয়া (Assistant Quality Control Officer)

খালী পদৰ সংখ্যাঃ ৭১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ এম এছ চি ডিগ্ৰী। ৰসায়ন বিজ্ঞানৰ আন শাখান যেনে বায়োকেমেষ্ট্ৰি, ফাৰ্মাচী, টক্সিকোলজী, জিঅকেমেষ্ট্ৰি, ফাৰ্মাকোলজী, ফুড টেকনোলজী আদিৰ ডিগ্ৰীক এই পদৰ বাবে অৰ্হতা বুলি গণ্য কৰা নহব। সাধাৰণ শ্ৰেণী, অ বি চি আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে স্নাতকত ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। এছ চি , এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ৫৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব। কেৱল নিয়মীয়া পাঠ্যক্ৰমৰ ডিগ্ৰী গ্ৰহণ কৰা হব।

সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


বয়সৰ সীমাঃ ৩০ বছৰ।

দৰমহাঃ মাহিলী ৪০ হেজাৰ টকাৰ পৰা ১, ৪০,০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-১০-২০২১।

নিযুক্তিৰ স্থানঃ দেশৰ বিভিন্ন স্থানত।

আবেদন প্ৰক্ৰিয়াঃ Offline/Online ।

Website https://ioclapply.com

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি