কনছালটেণ্ট নিয়োগৰ বাবে ভাৰতীয় তেল নিগমৰ আবেদন আহ্বান

ভাৰতীয় তেল নিগমে কনছালটেণ্ট(ভূ-তত্ব আৰু ড্ৰিলিং) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কনছালটেণ্ট নিয়োগৰ বাবে ভাৰতীয় তেল নিগমৰ আবেদন আহ্বান
Published on

পদসমূহঃ

কনছালটেণ্ট(ভূ-তত্ব), খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ ভূ-তত্ব অথবা প্ৰায়োগিক ভূ-তত্বত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। লগতে পেট্ৰোলিয়াম খণ্ডৰ কামত ন্যূনতম ২০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ১০ হেজাৰ টকা।

বয়সৰ সীমাঃ ৬৫ বছৰ।

কনছালটেণ্ট(ড্ৰিলিং)

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মেকানিকেল/ পেট্ৰোলিয়াম ইঞ্জিনীয়াৰিঙৰ বি ই বা বিটেক হব লাগিব। লগতে তেল আৰু গেছ অন্বেষণৰ কামত দেশৰ বাহিৰত বা ভিতৰত ন্যূনতম ২০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ১০ হেজাৰ টকা।

বয়সৰ সীমাঃ ৬৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

আবেদনৰ নিয়মঃ নিৰ্ধাৰিত প্ৰ-পত্ৰত আনুসংগিক নথিপত্ৰসহ আবেদন পত্ৰ অহা ৩০ জুনৰ ভিতৰত "apply_consultant@indianoil.in" লৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com