Begin typing your search above and press return to search.
ভাৰতীয় তেল নিগমত অভিযন্তা/বিষয়া নিযুক্তি
ভাৰতীয় তেল নিগম(আই অ' চি এল)-এ অভিযন্তা/বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ এটা।
দৰমহাঃ মাহিলি ৫০হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰত
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২০
বয়সৰ সীমাঃ ৩০জুন, ২০২০ত সৰ্বোচ্চ ২৬ বছৰ (সাধাৰণ শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত)।
সবিশেষ জানিবলৈ www.iocl.com চাওক।
Next Story