Begin typing your search above and press return to search.

IRCTC নিযুক্তি : গ্ৰুপ জেনেৰেল মেনেজাৰৰ পদ খালী

ভাৰতীয় ৰেলৱে খাদ্য পৰিবহণ আৰু পৰ্যটন নিগমত গ্ৰুপ জেনেৰেল মেনেজাৰৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

IRCTC নিযুক্তি : গ্ৰুপ জেনেৰেল মেনেজাৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2021 9:04 AM GMT

IRCTC নিযুক্তি ২০২১:

ভাৰতীয় ৰেলৱে খাদ্য পৰিবহণ আৰু পৰ্যটন নিগমত শেহতীয়া ভাৱে গ্ৰুপ জেনেৰেল মেনেজাৰৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে। এই পদত আৱেদন আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

গ্ৰুপ জেনেৰেল মেনেজাৰ

খালী পদৰ সংখ্যা

০১

দৰমহা

৩৭,০০০ - ৬৭,০০০/- টকা, মাহিলী

পদৰ অৱস্থান

নতুন দিল্লী

বয়স

অধিকতম ৫৫বছৰ

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

অন্তিম তাৰিখ

০৬ডিচেম্বৰ ২০২১

ৱেবছাইট

irctc.co.in

শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

শিক্ষাগত অৰ্হতা:

IRCTC অফিচিয়েল অধিসূচনা অনুসৰি

অভিজ্ঞতা:

এই পদৰ বাবে উপযোগী বিশেষ ক্ষেত্ৰত বিষয়া গৰাকীৰ থকা অভিজ্ঞতাৰ সময়সীমা তথা অভিজ্ঞতাৰ ধৰণক প্ৰাধান্য দিয়া হ'ব।

ভাৰতীয় ৰেলৱে বাণিজ্য বিভাগত অভিজ্ঞতা থাকিব লাগিব।

অভিজ্ঞতাৰ সময়সীমা ০৩বছৰ।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট irctc.co.in লৈ যাওক

• IRCTC নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• গ্ৰুপ জেনেৰেল মেনেজাৰৰ পদৰ বাবে অফিচিয়েল ৱেবচাইট যোগে উপলবদ্ধ আৱেদন পত্ৰ সংগ্ৰহ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক

• আৱেদন খনৰ সংখ্যা তথা কোৰিয়াৰ একনলেজমেন্ট নম্বৰ সংগ্ৰহ কৰক

• প্ৰাৰ্থী সকলে deputation@irctc.com ইমেইল যোগে আৱেদন প্ৰেৰণ কৰিব পাৰে।

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ, সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে কৰ্পৰেট কাৰ্য্যালয়, IRCTC, নতুন দিল্লী লৈ প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক:ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত ষ্টাফ নাৰ্ছৰ পদখালী


Next Story
চাকৰি