IRMAত বিদ্য়ায়তনিক সহযোগী পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

গ্ৰামীণ পৰিচালনা আনন্দ প্ৰতিষ্ঠান ( IRMA)-ত বিদ্য়ায়তনিক সহযোগী (Academic Associate)-ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম :বিদ্য়ায়তনিক সহযোগী।
খালী পদৰ সংখ্যা : ০১
বয়স : অধিকতম ৩৫বছৰ
দৰমহা : ৩০,০০০টকা, মাহিলী
পদৰ অৱস্থান : সমগ্ৰ ভাৰততে
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/১০/২০২১
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী উদ্যোগিক উৎপাদন/ অপাৰেচন অনুসন্ধান/ পৰিচালনা/ পৰিসংখ্যা বিজ্ঞান/ অৰ্থনীতি বিষয়ত ৫৫% নতুবা সমান্তৰল নম্বৰেৰে স্নাতকোত্তৰ বা ডিপ্লোমা কৰা হ'ব লাগিব।
অভিজ্ঞতা :
২বছৰীয়া শিক্ষামূলক বা উদ্যোগিক অভিজ্ঞতা থাকিব লাগিব।
আকাংক্ষিত :
উৎপাদন আৰু অপাৰেচন পৰিচালনা, পৰিসংখ্যা বিজ্ঞান বিষয়ত সহযোগিতা প্ৰদান কৰিব পৰা প্ৰাৰ্থী আকাংক্ষিত।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আবেদন প্ৰক্ৰিয়া :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছ্যুক উপযুক্ত প্ৰাৰ্থীসকলক নিম্নোক্ত প্ৰাৰ্থীসকলক ৱেবচাইট চাবলৈ অনুৰোধ জনোৱা হ'ল।
ৱেবছাইট : https://www.irma.ac.in/careers/careers.php
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ