Begin typing your search above and press return to search.

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতাত গৱেষণা সহযোগী নিযুক্তি

প্ৰকল্পৰ সৈতে জড়িত গৱেষণা সহযোগী নিযুক্তিৰ বাবে আই এছ আই কলকতাই আবেদন বিচাৰিছে

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতাত গৱেষণা সহযোগী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2021 1:57 PM GMT

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতাৰ বিষয়েঃ

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতা হৈছে এখন উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। ১৯৫৯-ত এই প্ৰতিষ্ঠানক ভাৰতীয় সংসদে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান আখ্যা দিয়ে। এই প্ৰতিষ্ঠানৰ আৰম্ভণি ঘটে কলকাতাৰ প্ৰেছিডেন্সী কলেজত প্ৰশান্ত চন্দ্ৰ মহলানবিচে প্ৰতিষ্ঠা কৰা পৰিসংখ্যা পৰীক্ষাগাৰৰ জৰিয়তে। ১৯৩১ত স্থাপিত এই প্ৰতিষ্ঠান হৈভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই) কলকাতা পৰিসংখ্যাগত অধ্যয়নক গুৰুত্ব দিয়া দেশৰ অন্যতম পুৰণি প্ৰতিষ্ঠান।


ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই)ত নিযুক্তি ২০২১ঃ

প্ৰকল্পৰ সৈতে জড়িত গৱেষণা সহযোগী নিযুক্তিৰ বাবে আই এছ আই কলকতাই আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত পাবঃ


পদৰ নাম

প্ৰকল্পৰ সৈতে জড়িত গৱেষণা সহযোগী।

খালী পদৰ সংখ্যা

২ টা।

বয়স

০১-১২-২০২১ত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহা

মাহিলী ৩১ হেজাৰ টকা।

অন্তিম তাৰিখ

২১ জানুৱাৰী, ২০২১।

নিযুক্তিৰ স্থান

কলকাতা, পশ্চিমবংগ।

আবেদনৰ মাচুল

কোনো মাচুল নাই।

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি হব লাগিব।

ৱেবছাইট

isical.ac.in


শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি হব লাগিব।

আবেদন প্ৰক্ৰিয়া :


আবেদনৰ নিয়মঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট isical.ac.in চাওক আৰু আপুনি আবেদন কৰিব লগা আই এছ আই কলকাতাৰ নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।

এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) ।




আৰু চাব পাৰে : উপযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১


Next Story
চাকৰি