Begin typing your search above and press return to search.

আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী(আই টি বি পি)-য়ে কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-27T16:14:05+05:30

খালী পদৰ সংখ্যাঃ ৫১টা।

দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

আবেদন মাচুলঃ মহিলা প্ৰাৰ্থী আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

প্ৰ্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

সবিশেষ জানিবলৈঃ http://recruihttp://recruitment.itbpolice.nic.in/tment.itbpolice.nic.in/ চাওক।

চাকৰিৰ বাবে আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডৰ বিভিন্ন পদত নিযুক্তি

Next Story