Begin typing your search above and press return to search.
আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান
ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী(আই টি বি পি)-য়ে কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৫১টা।
দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।
আবেদন মাচুলঃ মহিলা প্ৰাৰ্থী আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।
প্ৰ্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।
সবিশেষ জানিবলৈঃ http://recruihttp://recruitment.itbpolice.nic.in/tment.itbpolice.nic.in/ চাওক।
চাকৰিৰ বাবে আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডৰ বিভিন্ন পদত নিযুক্তি
Next Story